English:
By submitting this complaint, you acknowledge and consent to the collection, storage, and public disclosure of the personal information you provide, including but not limited to your name, phone number, and voter ID. This information may be shared with relevant government authorities and third parties involved in the verification and resolution of the reported issue.
Please note that your submission may become part of a public record, and your details may be accessible by the public and relevant government agencies.
অসমীয়া:
• এই অভিযোগপত্রখন জমা দি আপুনি স্বীকাৰ কৰে যে আপুনি দিয়া নাম, ফোন নম্বৰ, আৰু পৰিচয় পত্ৰ (ভোটাৰ আইডি বা অন্যান্য ব্যক্তিগত তথ্য) বোৰ শুদ্ধ। • জমা কৰা তথ্যসমূহ পঞ্জীয়ণ, সংৰক্ষণ, আৰু সাৰ্বজনীনভাৱে প্ৰকাশ কৰাত আপোনাৰ সন্মতি আছে। • আপুনি জমা কৰা তথ্যবোৰ সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষ আৰু তৃতীয় পক্ষৰ সৈতে বিতৰণ কৰাত আপোনাৰ কোনো মতবিৰোধ নাই। • আপুনি দাখিল কৰা অভিযোগ সামূহিক অভিলেখৰ অংশ হ'ব পাৰে, আৰু আপোনাৰ ব্যক্তিগত তথ্য জনসাধাৰণ তথা চৰকাৰী সংস্থাসমূহে লাভ কৰিব পাৰে।
If you do not consent to this, do not submit this form.
যদি আপুনি এই অনুমতি দিয়াত অসম্মত, তেন্তে অনুগ্ৰহ কৰি ফৰ্মখন জমা নকৰিব।