Speaker

আমাৰ মনৰ কথা

২০২৫ চনত আমাৰ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধী কংগ্ৰেছ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ ১০০ বছৰ সম্পূৰ্ণ হৈছে। তাৰোপৰি এই বছৰটো চৰ্দাৰ বল্লৱভাই পেটেলৰ ১৫০ সংখ্যক জন্মবাৰ্ষিকী। এনে এক পৱিত্ৰ সন্ধিক্ষণত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক গুজৰাটৰ আহমেদাবাদত ২০২৫ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হৈছিল। দুয়োজনাৰ মহীয়ান আদৰ্শক সাৰোগত কৰি বৈঠকখনত কংগ্ৰেছে ন্যায়-পথেৰে আগুৱাই সমাজৰ উন্নয়ন সাধিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু বৰ্তমানৰ শাসক তন্ত্ৰটোৰ বিৰুদ্ধে টঙালি বান্ধি শোষণ ব্যৱস্থাৰ অৱসান ঘটাবলৈ কিছুমান পৰিকল্পনা হাতত লৈছে। দেশ যিসময়ত মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, অৰ্থনৈতিক মন্দাৱস্থা, কৃষকৰ শোষণ,... (content truncated for brevity)

#assamjustice

আপোনাৰ অসম, আপোনাৰ অধিকাৰ, আপোনাৰ ন্যায়।

মই জনসাধাৰণৰ বাবে যুঁজি আছো আৰু যুঁজি যাম।
যদি চৰকাৰে আপোনাৰ কথা শুনা নাই, তেন্তে মই আপোনাৰ হৈ ক’ম।

Profile
Justice